TITABAR ONLINE ! 24*7

-------------------------------


Saturday, June 15, 2013

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (Regional Agricultural Research Station, Titabor)


আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ  : Regional Agricultural Research Station, Titabar), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাৰ তিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম "ধান গৱেষণা কেন্দ্ৰ" আছিল। ১৯৮৬ চনত, এই কেন্দ্ৰটো "আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ" নামেৰে নামাংকিত কৰা হয়। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানটোত বৰ্তমান ৬টা বিভাগ আছে।
  • Plant breeding
  • গ্ৰাম্য অৰ্থনীতি (Agronomy)
  • Soil science
  • Plant pathology
  • Entomology
  • Plant physiology

Regional Agricultural Research Station, Titabor:


Regional Agricultural Research Station was set up in 1923 at Titabor for the research of the rice ofBrahmaputra Valley.

0 comments: